জখলা আলোচনীৰ বাবে লেখা পঠিয়াব বিচাৰিলে আমাৰ হোৱাটছএপ নম্বৰ 9577086040 / 9365968785 বা ই-মেইল - jakhala56@gmail.com লৈ পঠিয়াব পাৰিব।

লেখা প্ৰেৰণৰ ঠিকনা

Email – jakhala56@gmail.com

Whatsapp 9577086040, 9365968785

নিম্নলিখিত শিতানসমূহৰ বাবে লেখা পঠিয়াব পাৰে

গল্প, প্ৰবন্ধ, অনুগল্প, কবিতা, ভ্ৰমণ কাহিনী, অনুবাদ কবিতা, অনুবাদ গল্প, সাক্ষাৎকাৰ, 

কেৰিয়াৰ, বিনোদনধমী, উপন্যাস, উপন্যাসিকা, চুটি নাটক, স্বাস্থ্য, লিমাৰিকা ইত্যাদি৷ 

--- লেখা পঠিওৱাৰ নিয়মাৱলী ---

লেখা সমূহৰ টাইপ কৰি আমাৰ হোৱাটচ্‌ এপ বা ই-মেইলৰ যোগে প্ৰেৰণ কৰিব লাগিব৷ 
* লেখকৰ সম্পূৰ্ণ নাম-ঠিকনা আমালৈ প্ৰেৰণ কৰিব লাগিব৷ 
* লেখা সমূহৰ লগত সম্পৰ্কিত ফটো পঠিয়াব পাৰিব৷
* লেখা সমূহত  কোনো ইমজি ব্যৱহাৰ কৰিব নোৱাৰিব।
* অনুবাদ লিখনীৰ ক্ষেত্ৰত মূল লেখকৰ নাম উল্লেখ কৰিব লাগিব৷ 

* শিশুসকলৰ শিতানৰ বাবে শিশুসকলে কবিতা, গল্প, সাধু, কুইজ, ছবি পঠিয়াব পাৰিব৷

**কোনো লেখা কেতিয়া প্ৰকাশ হ'ব, হ'ব নে নাই, কিয় প্ৰকাশ নহ'ল ইত্যাদি প্ৰশ্নৰ উত্তৰ দিয়াটো সম্ভৱ নহয়।





No comments:

Post a Comment

স্বাগতম